KalikaKalima

Kalika Puran (English) [ IPA: kalika puran ASM: কালিকা পুৰাণ]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-12-21
1. Literature(Proper Noun-Neuter) (ca. 10th century) A Hindu religious text, considered as one of the 18 Upapuranas. The extant text contains 98 chapters with over 9000 stanzas and is the only work of the genre dedicated to the worship of the goddess Kali in her manifold forms such as Girija, Devi, Bhadrakali, and Mahamaya. This text describes in details about the rivers and mountains at Kamarupa tirtha and mentions about the temple of the goddess Kamakshya or Kamakshi (আনুমানিক ১০ম শতিকা) এখন হিন্দু ধাৰ্মিক গ্ৰন্থ৷ ইয়াক ১৮ খন উপপুৰাণৰ এখন বুলি গণ্য কৰা হয়৷ পুৰণি কাব্যখনত ৯৮টা পঠত ৯০০০টা পৰিচ্ছেদ আছে৷ কালী দেৱীৰ বিভিন্ন ৰূপ যেনে `গিৰিজা`, `দেৱী`, `ভদ্ৰকালী`, `মহামায়া` আদিৰ স্তুতি কৰা এইখন একমাত্ৰ কাব্যশৃঙ্খল৷ এই গ্ৰন্থত কামৰূপ ৰাজ্যৰ পৰ্বত-পাহাৰৰ বৰ্ণনাৰ উপৰিও `কামাখ্যা` বা `কামাখ্যী` দেৱীৰ মন্দিৰৰ উল্লেখ আছে়